মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

আমাৰ পৰিচয়

  • সংযুক্ত মুখ্য বিষয়াসকলঃ

    1. শ্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু সভাপতি, গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান সমাজৰ পৰিচালনা সমিতি।
    2. শ্ৰী বি.কে. পিপৰছেনিয়া, ভা.প্ৰ.সে., মুখ্য সচিব, অসম চৰকাৰ আৰু সভাপতি, ব্যৱস্থাপনা পৰিষদ, গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান।
    3. অধ্যাপক গৌতম বিশ্বাস, সঞ্চালক, আই.আই.টি. গুৱাহাটী আৰু সভাপতি, ব্যৱস্থাপনা পৰিষদ, গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান।
    4. অধ্যাপক গোবৰ্দ্ধন মেহতা, প্ৰাক্তন সঞ্চালক, আই.আই.এছ.চি. বাংগালুৰু আৰু সভাপতি, কাৰিকৰী উপদেষ্টা পৰিষদ, গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান উষ্মায়ন কেন্দ্ৰ।
    5. শ্ৰী বিনোদ চেচান, ভা.প্ৰ.সে., মুখ্য কাৰ্য্যবাহী বিষয়া, গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান।