মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

পেশা/বৃত্তি

যদি আপোনাৰ সঠিক যোগ্যতা আছে, আপোনাৰ বৃত্তিত চমত্কাৰী কৰ্ম অভিজ্ঞতা সংযোজিত কৰিবলৈ গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যানয়ে আপোনাক সঠিক সুবিধা দিব।

গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যানৰ অংশ হৈ চিন্তা আৰু কৰ্ম সম্পাদনৰ স্বাধীনতাৰ সৈতে আপোনাৰ সপোনৰ অম্বেষণ কৰিবলৈ আমি আপোনাক আমন্ত্ৰণ কৰো।আহক আৰু আপোনাৰ আকাংক্ষাসমূহৰ প্ৰাপ্তি কৰক।

 নতুন সুযোগ সম্পৰ্কীয় শেহতীয়া তথ্যৰ বাবে এই পৃষ্ঠাটো নিয়মিতভাৱে নিৰীক্ষণ কৰক।.