মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

জি.বি.পি.ৰ সুবিধাসমূহ

ব্যৱসায়ৰ সমৰ্থন সুবিধাসমূহ

ব্যৱসায় সমৰ্থনৰ সুবিধাসমূহ জৈৱপ্ৰযুক্তি উদ্যানৰ কাম-কাজ মসৃণভাৱে সম্পাদৰ বাবে গুৰুত্বপূৰ্ণ সেৱা তথা বন্দোৱস্তসমূহ আগবঢ়াব। তাৰ ভিতৰত-

  1. প্ৰশাসনীয় কাৰ্যালয়
  2. দূৰ সংযোগ
  3. সমপ্ৰিত ইণ্টাৰনেট যোগাযোগ ব্যৱস্থা
  4. ভিডিঅ আৰু টেলি কনফাৰেন্সিঙৰ সুবিধা
  5. তথ্য মেজ
  6. সভাকক্ষ আৰু ক্ষুদ্ৰ প্ৰেক্ষাগৃহ
  7. স্বয়ং পৰিবেশিত ভোজনালয়
  8. গাড়ী ৰখা ঠাই