মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

কেন্দ্ৰীয় ক্ষেত্ৰসমূহ

খাদ্য সংসাধন

উত্তৰ পূৰ্বাঞ্চল বহুতো স্থানীয়ভাৱে প্ৰস্তুত খাদ্যসামগ্ৰী আৰু সম্প্ৰদায় বিশেষত্বৰ খাদ্যসামগ্ৰীৰ বিশাল ভঁৰাল। এই সামগ্ৰীসমূহৰ প্ৰক্ৰিয়াকৰণৰ পদ্ধতি স্থানীয় জনজাতীয় সম্প্ৰদায়সমূহৰ হাতত আছে আৰু এইসমূহৰ ভঁৰাল ক্ষীয়মান খাদ্য সামগ্ৰীসমূহৰ প্ৰক্ৰিয়াকৰণ কৰা আৰু ক্ৰয়-বিক্ৰয় উন্নতি সাধন কৰাটো প্ৰয়োজন।

মাছ, মাংস, দুগ্ধজাত সামগ্ৰী, হাঁহ-পাৰৰ পৰা পোৱা উত্পাদিত সামগ্ৰীসমূহৰ প্ৰক্ৰিয়াকৰণৰ উন্নয়ন আৰু উদগণি প্ৰদান।

উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয়ভাৱে ব্যৱহৃত ব্যতিক্ৰমী আৰু বিশেষত্বসমৃদ্ধ খাদ্য সামগ্ৰীসমূহৰ উত্পাদনৰ উন্নয়ন সাধন কৰা আৰু অন্য সম্প্ৰদায়সমূহৰ মাজত জনপ্ৰিয় কৰি তোলা।