মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

কেন্দ্ৰীয় ক্ষেত্ৰসমূহ

জৈৱ তথ্য বিজ্ঞান

জৈৱ-প্ৰযুক্তি উদ্যানখনৰ উত্তৰ-পূব ভাৰতৰ ঔষধী উদ্ভিদসমূহৰ মূল তথ্য ভঁৰালৰ প্ৰস্তুতিৰ সমৰ্থনত, সুবিধাসমূহ থাকিব।

উত্তৰ-পূব ভাৰতৰ ঔষধী উদ্ভিদসমূহৰ বনৌষধীৰ জ্ঞানৰ তথ্য ভঁৰাল।

উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদৰ, ৰোগ সম্বন্ধীয় গুৰুত্বপূৰ্ণ উদ্ভিদসমূহৰ তথ্য ভঁৰাল।

পণ্য ঔষধী উদ্ভিদসমূহৰ বনৌষধী জ্ঞান তালিকা।

ঘৰুৱা চিকিত্সাৰ বিষয়ে বহুভাষিক ৱেবচাইট অনুষ্ঠান।